সমললৈ যাওক

৬ মে'

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১
১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮
১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫
২৬ ২৭ ২৮ ২৯ ৩০ ৩১  

৬ মে' (ইংৰাজী: 6 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২৩তম (অধিবৰ্ষত ১২৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৪২টা দিন বাকী থাকে।

ঘটনাৱলী

  • ১৫২৯ - বিহাৰ আৰু উত্তৰ প্ৰদেশৰ আফগানসকল মোগল সম্ৰাট বাবৰৰ হাতত পৰাজিত হয় গংগা আৰু ঘঘৰা নদীৰ সংগমস্থলত। এই ঘটনাৰ পিছতে মোগল সম্ৰাট বাবৰ সিন্ধুৰ পৰা বিহাৰ আৰু গোৱালিয়ৰ পৰ্যন্ত এক বিশাল সাম্ৰাজ্যৰ অধিপতি হয়।
  • ১৮৪০ - বিশ্বৰ প্ৰথমটো ডাক টিকটৰ ৰাজহুৱা ব্যৱহাৰ আৰম্ভ হয় ব্ৰিটেইনত। এই ডাক টিকটটো ১৮৪০ চনৰ ১০ জানুৱাৰীত প্ৰৱৰ্তন কৰা হৈছিল। টিকটো নামকৰণ কৰা হৈছিল ‘পেনি ব্লেক’।
  • ১৮৫৩ - আমেৰিকান সংবাদ-পত্ৰ ‘নিউয়ৰ্ক হেৰাল্ড’ৰ প্ৰকাশ হয়।

জন্ম

মৃত্যু

  • ১৫৮৯ - তানসেন, ভাৰতীয় গায়ক, সঙ্গীতজ্ঞ।
  • ১৯৪৯ - মৰি মেটাৰলংক, বেলজিয়ামৰ ফৰাচী ভাষাৰ নাট্যকাৰ তথা কবি। ‘দা ব্লু বাৰ্ড’ (১৯০৮) তেওঁৰ প্ৰসিদ্ধ ৰচনা। ‘নীলা চৰাই’ নামেৰে এইখন অসমীয়ালৈও অনূদিত হৈছে। ১৯১১ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
  • ১৯৯২ - মাৰ্লিন ডিট্ৰিস, জাৰ্মান-আমেৰিকান অভিনেত্ৰী আৰু গায়িকা।

দিৱস

বাহ্যিক সংযোগ



তথ্য়সূত্ৰ