১৯ এপ্ৰিল (ইংৰাজী: 19 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১০৯তম (অধিবৰ্ষত ১১০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫৬টা দিন বাকী থাকে।
- ১৭৭৫ - আমেৰিকাৰ স্বাধীনতা যুদ্ধ আৰম্ভ।
- ১৮৩৯ - লণ্ডন চুক্তিৰ মাধ্যমত বেলজিয়ামৰ স্বাধীনতা লাভ।
- ১৯১৯ - আন্তৰ্জাতিক শ্ৰম সংস্থা প্ৰতিষ্ঠা।
- ১৯৪৮ - ম্যানমাৰে ৰাষ্ট্ৰসংঘত যোগদান কৰে।
- ১৯৭৫ - ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ আৰ্যভট্ট উৎক্ষেপন কৰে।
- ১৮২৪ - লৰ্ড বায়ৰন, এংলো-স্ক'টিছ কবি।
- ১৮৫৮ - অনুৰূপা দেৱী, ভাৰতীয় সাহিত্যিক তথা সমাজকৰ্মী।
- ১৮৮২ - চাৰ্লছ ডাৰউইন, ইংৰাজ জীৱবিজ্ঞানী। তেখেতে প্ৰথম বিৱৰ্তনবাদৰ ধাৰণা দিয়ে। (জন্ম: ১৮০৯)
- ১৮৮৪ - কাদম্বৰী দেৱী, ভাৰতীয় নাট্যকাৰ, সংগীতজ্ঞ, সম্পাদক আৰু চিত্ৰশিল্পী।
- ১৯০৬ - পিয়েৰ ক্যুৰি, নোবেল পুৰস্কাৰ বিজয়ী ফৰাচী পদাৰ্থবিজ্ঞানী। (জন্ম: ১৮৫৯)
- ১৯৪৮ - তাৰা সুন্দৰী, ভাৰতীয় অভিনেত্ৰী, কণ্ঠশিল্পী আৰু নৃত্যশিল্পী।
- ১৯৯৮ - অক্টাৱিয়' পাছ, মেক্সিকান কবি, লেখক আৰু কূটনীতিবিদ।