নমস্কাৰ/অচ্ছালামু আলাইকুম ,
অসমীয়া ৱিকিপিডিয়াৰ মোৰ সদস্যপৃষ্ঠালৈ স্বাগতম । মোৰ ঘৰ বৰপেটা জিলাৰ বৰপেটা ৰোড চহৰৰ আল আমিন নগৰত। বৰ্তমান মই ৱেব কনসালটেন্ট হিচাবে কৰ্মৰত । মই মূলতঃ অসমীয়া আৰু ইংৰাজী ৱিকিপিডিয়াত অৱদান আগবঢ়াও লগতে বাংলা আৰু হিন্দী ৱিকিপেডিয়াটো অলপ কাম কৰোঁ। তদুপৰি ৱিকিৰ ভগ্নী প্ৰকল্প ৱিকি ডাটা, ৱিকি কমন্স, মেটা আদিতো সৰু-সুৰা কাম কৰোঁ।
চিৰ চেনেহী মোৰ ভাষা জননী
অতি সোনকালে বাকী খিনি লিখিম
|
এই সদস্যজন ৱিকিপিডিয়াত ১৩ বছৰ, ১ মাহ, আৰু ৬ দিন ধৰি আছে।
|
|
“জয় আই অসম” এই সদস্যজনে নিজকে অসমীয়া বুলি গৰ্ব কৰে।
|