হাবুং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
→হাবুং নামৰ উৎপত্তি: নতুন source টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
→হাবুঙৰ ইতিহাস: Typo টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
||
11 নং শাৰী: | 11 নং শাৰী: | ||
১০ শতিকাৰ ৰত্নপালৰ তামৰ ফলিয়ে স্পষ্ট কৰে যে হাবুং প্ৰাচীন কালৰ পৰাই এক গুৰুত্বপূৰ্ণ অঞ্চল আছিল।<ref>" Habung was an ancient Brahmin settlement (Havrnga-Vishaya) situated near the mouth of the Dihing river." {{harvcol|Guha|1983|p=11}} "According to tradition, Habung was a petty medieval principality governed by its Brahmin settlers themselves. It now appears from a recently found copper plate inscription that it was the same as the ''Ha-Vrnga Visaya'' where a Brahmin was given land by King Ratnapala. (c 10th century) {{harvcol|Guha|1983|p=33}}</ref><ref>[https://shodhganga.inflibnet.ac.in/bitstream/10603/67151/11/11_chapter%203.pdf ''The mention of Dibbaisa river forming southern boundary and Saica the south-western boundary led P.C. Choudhury to identify the Havranga visaya with Habung country lying to east of the river Suvansiri during the 10th-11th century A.D. Habung, comprising present Dhakuakhana region was for centuries a centre of Aryan culture'']</ref> ১২০০ শতিকাত কামৰূপ বিভক্ত হোৱাৰ ফলত হাবুঙ চুতীয়া ৰাজ্যৰ অধীনলৈ আহে। ৰত্নধ্বজপালে দদায়েক স্বেতগিৰিৰ ৰজা ভদ্ৰশেনৰ পৰা ধেমাজি অঞ্চল দখল কৰি হাবুঙৰ দক্ষিণৰ ৰতনপুৰত ৰাজধানী স্থাপন কৰে। <ref>Habung was a Chutiya |

dependency; that still earlier it was an autonomous principality of Brahmins; and that the latter's origins could be traced back to a circa 10th-century copper-plate and grant issued by king Ratnapala {{harvcol|Guha|1984|p=73}}</ref> একে সময়চোৱাতে পাটকাই পৰ্বতৰ পুৰ্বৰ পৰা অহা চুকাফাই অভয়পুৰত(শিৱসাগৰৰ অঞ্চল) বানপানী হোৱাৰ ফলত হাবুঙৰ এটা অঞ্চলত থাকিবলৈ লয়। কিন্তু পুনৰ বানপানী হোৱাৰ ফলত শিৱসাগৰৰ লিগিৰী গাঁৱলৈ(চনটক) উভতি যায় য'ত বৰাহী চুতীয়া সকলক লগ পায়। উল্লেখযোগ্য যে অভয়াপুৰ আৰু হাবুঙত বানপানী হোৱাৰ ফলত চুকাফাই এই দুই অঞ্চলত তিপাম(কানগং নামৰ এজন), নামৰূপ(খুণতাং নামৰ এজন) বা লিগিৰী গাঁৱ(তাখোনলাক নামৰ এজন) লেখীয়াকৈ কোনো লোক ৰাখি যোৱা নাছিল।<ref>[https://archive.org/details/in.ernet.dli.2015.450867/page/n50/mode/1up Barua, G.C.''Ahom Buranji'',p.46.]</ref>ইয়াৰ পাছত হাবুঙৰ উল্লেখ ১৪ শতিকাত পোৱা যায়। ইব্ন বট্টোতাই ১৪ শতিকাৰ আগ ভাগত কামৰূপ ভ্ৰমণ কৰোঁতে হাবুঙলৈ(হাবাঙ) আহিছিল। এই কথা তেওঁ নিজৰ লেখনীত উল্লেখ কৰিছে।<ref>[https://books.google.co.in/books?id=zm23AwAAQBAJ&pg=PA271&lpg=PA271&dq=ibn+battuta+habanq&source=bl&ots=KtAehHAzWK&sig=ACfU3U11HXBgQd-FCpmCk753Y5bZdn_05g&hl=en&sa=X&ved=2ahUKEwjF-MO2tvDqAhWU4HMBHQoPBUo4ChDoATAJegQICRAB#v=onepage&q=ibn%20battuta%20habanq&f=false Ibn Battuta,''Travels in Asia and Africa:1325-1354'',p.271.</ref> তেওঁৰ মতে হাবুং তেতিয়াৰ দিনত এক সমৃদ্ধিশালী অঞ্চল আছিল। মৃত্যু দণ্ডৰ পৰা প্ৰাণ ৰক্ষা কৰিবলৈ আহোম ৰজা থিয়াও খামতিৰ ৰাণীয়ে দিহিং(পূৰ্বতে দিহিং বোকাখাটৰ মহোৰামুখত পৰিছিল) পাৰ হৈ আহি চুতীয়া ৰাজ্যৰ হাবুঙত আশ্ৰয় লৈছিল। নাওবৈচা ফুকনৰ বুৰঞ্জীৰ মতে হাবুঙত ব্ৰাহ্মণ এজনে তেখেতক প্ৰশ্ন কৰোঁতে তেখেতে নিজকে অসম(আহোম) ৰাজ্যৰ ৰাণী বুলি চিনাকি দিছিল। ইয়াৰ পাচত হাবুঙৰ উল্লেখ ১৪২৮ চনত চুতীয়া ৰজা ধৰ্ম নাৰায়ণৰ সদিয়াত উদ্ধাৰ হোৱা তামৰ ফলিত পোৱা যায়। এই ফলিৰ মতে চুতীয়া সেনাপতি শ্ৰী বৃহৎ পাত্ৰ হাবুঙৰ অধিকাৰী (হাবুঙাধিপতি) আছিল আৰু স্বদয়াধিপতি শ্ৰী শ্ৰী ধৰ্মনায়াৰণৰ আদেশত তেওঁ পুৰন্দৰ বিপ্ৰ নামৰ এজন ব্ৰাহ্মণক ৪০০ পুটি মাটি দান কৰিছিল। |
dependency; that still earlier it was an autonomous principality of Brahmins; and that the latter's origins could be traced back to a circa 10th-century copper-plate and grant issued by king Ratnapala {{harvcol|Guha|1984|p=73}}</ref> একে সময়চোৱাতে পাটকাই পৰ্বতৰ পুৰ্বৰ পৰা অহা চুকাফাই অভয়পুৰত(শিৱসাগৰৰ অঞ্চল) বানপানী হোৱাৰ ফলত হাবুঙৰ এটা অঞ্চলত থাকিবলৈ লয়। কিন্তু পুনৰ বানপানী হোৱাৰ ফলত শিৱসাগৰৰ লিগিৰী গাঁৱলৈ(চনটক) উভতি যায় য'ত বৰাহী চুতীয়া সকলক লগ পায়। উল্লেখযোগ্য যে অভয়াপুৰ আৰু হাবুঙত বানপানী হোৱাৰ ফলত চুকাফাই এই দুই অঞ্চলত তিপাম(কানগং নামৰ এজন), নামৰূপ(খুণতাং নামৰ এজন) বা লিগিৰী গাঁৱ(তাখোনলাক নামৰ এজন) লেখীয়াকৈ কোনো লোক ৰাখি যোৱা নাছিল।<ref>[https://archive.org/details/in.ernet.dli.2015.450867/page/n50/mode/1up Barua, G.C.''Ahom Buranji'',p.46.]</ref>ইয়াৰ পাছত হাবুঙৰ উল্লেখ ১৪ শতিকাত পোৱা যায়। ইব্ন বট্টোতাই ১৪ শতিকাৰ আগ ভাগত কামৰূপ ভ্ৰমণ কৰোঁতে হাবুঙলৈ(হাবাঙ) আহিছিল। এই কথা তেওঁ নিজৰ লেখনীত উল্লেখ কৰিছে।<ref>[https://books.google.co.in/books?id=zm23AwAAQBAJ&pg=PA271&lpg=PA271&dq=ibn+battuta+habanq&source=bl&ots=KtAehHAzWK&sig=ACfU3U11HXBgQd-FCpmCk753Y5bZdn_05g&hl=en&sa=X&ved=2ahUKEwjF-MO2tvDqAhWU4HMBHQoPBUo4ChDoATAJegQICRAB#v=onepage&q=ibn%20battuta%20habanq&f=false Ibn Battuta,''Travels in Asia and Africa:1325-1354'',p.271.]</ref> তেওঁৰ মতে হাবুং তেতিয়াৰ দিনত এক সমৃদ্ধিশালী অঞ্চল আছিল। মৃত্যু দণ্ডৰ পৰা প্ৰাণ ৰক্ষা কৰিবলৈ আহোম ৰজা থিয়াও খামতিৰ ৰাণীয়ে দিহিং(পূৰ্বতে দিহিং বোকাখাটৰ মহোৰামুখত পৰিছিল) পাৰ হৈ আহি চুতীয়া ৰাজ্যৰ হাবুঙত আশ্ৰয় লৈছিল। নাওবৈচা ফুকনৰ বুৰঞ্জীৰ মতে হাবুঙত ব্ৰাহ্মণ এজনে তেখেতক প্ৰশ্ন কৰোঁতে তেখেতে নিজকে অসম(আহোম) ৰাজ্যৰ ৰাণী বুলি চিনাকি দিছিল। ইয়াৰ পাচত হাবুঙৰ উল্লেখ ১৪২৮ চনত চুতীয়া ৰজা ধৰ্ম নাৰায়ণৰ সদিয়াত উদ্ধাৰ হোৱা তামৰ ফলিত পোৱা যায়। এই ফলিৰ মতে চুতীয়া সেনাপতি শ্ৰী বৃহৎ পাত্ৰ হাবুঙৰ অধিকাৰী (হাবুঙাধিপতি) আছিল আৰু স্বদয়াধিপতি শ্ৰী শ্ৰী ধৰ্মনায়াৰণৰ আদেশত তেওঁ পুৰন্দৰ বিপ্ৰ নামৰ এজন ব্ৰাহ্মণক ৪০০ পুটি মাটি দান কৰিছিল। |
||
ফলিৰ অংশ: |
ফলিৰ অংশ: |
||
30 নং শাৰী: | 30 নং শাৰী: | ||
১৫১২ চনত আহোম ৰজা চুহুংমুঙে হাবুঙৰ চুতীয়া সেনাপতি ঘিলা বৰাক সত্যা কৰি হাবুঙ অঞ্চল দখল কৰে যাৰ ফলত চুতীয়া-আহোম ৰাজ্যৰ মাজত যুদ্ধ আৰম্ভ হয়। সেই অঞ্চলৰ নাম ঘিলাৰ স্মৃতিত "ঘিলামৰা" ৰখা হয়। ১৫২০ চনত চুতীয়া ধীৰনাৰায়ণে পুনৰ বাৰ হাবুঙ অঞ্চল ঘূৰাই লয় আৰু ১৫২২ চনত হাবুঙৰ ব্ৰাহ্মণক মাটি দান কৰে। ফলিৰ মতে ১৫২২ চনত শদিয়াৰ অধিপতি বিষ্ণু বংশৰ শ্ৰী ধীৰনাৰায়ণে প্ৰচণ্ড দুৰ্দণ্ড বাহুৰে সকলোকে পৰাজিত কৰি ৰাজ্যশ্ৰী লাভ কৰিছিল। ইয়াৰ পাছতে চুতীয়া ৰাজ্য নীতিপালৰ হাতলৈ যায়। নীতিপালৰ দুৰ্বল শাসনৰ সুযোগ লৈ চুহুংমুঙে পুনৰ চুতীয়া ৰাজ্য আক্ৰমণ কৰে। ডিব্ৰুমুখৰ যুদ্ধত চুতীয়াৰ নেতৃত্ব কাচিতৰাৰ লগতে বৰপাত্ৰ(হাবুঙাধিপতি) উল্লখ আছে। ১৫২৪ চনত আহোম সকলে হাবুুুুঙকে ধৰি সম্পূৰ্ণ চুতীয়া ৰাজ্য দখল কৰি লৈছিল।<ref>[https://www.jstor.org/stable/3516963?seq=17#metadata_info_tab_contents Guha, Amalendu, ''The Ahom Political System: An Enquiry into the State Formation Process in Medieval Assam (1228-1714)'',p. 19, ''He first annexed Habung in 1512 and later also the rest of the Hinduised Chutia kingdom'']</ref> ১৫২৫ চনত চুহুংমুঙ ৰজাই হাবুঙ ৰাজত্ব কৰিবলৈ ভটিয়লীয়া গোহাঁই(থাওমোঙ মোঙ-তিউ) পদ সৃষ্টি কৰিছিল আৰু ক্লাঙচেঙ বোলা এজনক বঢ়াইছিল।<ref>Barua, Gopal Chandra, ''Ahom Buranji'', p. 59</ref> পাছলৈ চুতীয়াৰ শ্ৰী বৃহৎ পাত্ৰক অনুকৰণ কৰি বৰপাত্ৰগোহাঁই নাম দিয়া হৈছিল। <ref>[https://www.jstor.org/stable/3516963?read-now=1&seq=18#page_scan_tab_contents Guha, Amalendu, ''The Ahom Political System: An Enquiry into the State Formation Process in Medieval Assam (1228-1714)'',p. 20,''It appears that the noble designation of Barpatragohain was borrowed from the civil list of Habung where the local ruler, a dependent of the Chutia king, had the title of Vrihatpatra''.]</ref> |

</ref>ইয়াৰ পাছত চুক্লেংমুঙ ৰজাৰ দিনত হাবুঙৰ উল্লেখ পোৱা যায়। বুৰঞ্জীৰ অনুসৰি সেই ৰজাৰ দিনত চুতীয়াৰ বৰপাত্ৰ জনৰ সমৰ্থন পাই হাবুঙৰ ব্ৰাহ্মণ মুখিয়াল এজনে বিদ্ৰোহ কৰে। ফলত যুদ্ধ এখন হয় য'ত বৰপাত্ৰ জনৰ মৃত্যু হয় আৰু ব্ৰাহ্মণ জন বেহাৰলৈ পলাই যায়। এই বৰপাত্ৰ হয়টো পুৰণি চুতীয়া বৰপাত্ৰ ৰাজপৰিয়ালৰ লোক আছিল আৰু ক্লাঙচেঙক বৰপাত্ৰগোঁহাই পতা হোৱাৰ কাৰণে পূৰ্বৰ ভটিয়লীয়া গোহাঁইৰ ঠাইত হাবুঙত ৰখা হৈছিল।<ref> সুকুমাৰ মহন্তৰ ঘৰত হোৱা অসম বুৰঞ্জী, ২৫ পৃষ্ঠাত আছে-"সেই সময়ত ৰজা দাই ধৰিলে, বোলে-'চুটিয়া মাৰি ভূঞা বিলাকক মাৰি-কাটি বুপা ৰজায়ে ময়েহে ৰাজ্য লৈছো। বামুনে যে ৰজা হয় চুটিয়াৰ বৰপাত্ৰকনো কিহলৈ থৈছোঁ? এহি বুলি বৰপাত্ৰক মাৰিলে, বামুণকোমাৰিব চালে, সপুত্ৰবান্ধৱে বেহাৰলৈ পলাই গেʼল।"</ref> |

==তথ্যসূত্ৰ== |
==তথ্যসূত্ৰ== |
||
{{Reflist}} |
{{Reflist}} |
19:32, 28 July 2020ৰ সংস্কৰণ
হাবুং (ইংৰাজী ভাষা:Habung) হ'ল পশ্চিম ধেমাজিৰ কঢ়া নৈৰ উত্তৰ পাৰৰ এটা অঞ্চল।
হাবুং নামৰ উৎপত্তি
হাবুং শব্দটো মূলতঃ বড়ো-কছাৰী মূলীয় ভাষাৰ হয় বুলি জনা যায়। ইয়াৰ অৰ্থ হৈছে "মাটিৰে ভৰা ঠাই" অৰ্থাৎ "নদীৰ পানীয়ে খহাই অনা পলস জমা হৈ সৃষ্টী হোৱা ভূমি"। "হা" মানে হৈছে "মাটি" (যেনে হাছাও, হাজং, হালালি, ইত্যাদি) আৰু "বুঙ" মানে হৈছে ভৰি পৰা।[1] পি.আৰ.টি গৰ্ডনৰ অনুসৰি পৌৰাণিক মৰাণ ভাষাত "হাবুঙ"ৰ অৰ্থ হৈছে "মানুহৰ বাসতি/চাপৰি"।[2] ইতিহাসবিধ চিড্নি এণ্ডেলৰ "ডা কচাৰী" নামৰ কিতাপখনত উল্লেখ কৰা মতে বুৰঞ্জীত মৰাণ সকলক হাবুঙীয়া বুলি উল্লেখ কৰা হৈছিল যাৰ অৰ্থ আছিল "ভূমিৰ থলগিৰি"। এখেতৰ মতে হাবুঙ শব্দটো প্ৰকৃততে "হা"(মাটি)-"চুবুঙ"(মানুহ)ৰ পৰা উৎপত্তি হৈছিল।[3] হাবুঙৰ ওচৰতে খুবুং নামৰ অন্য এক অঞ্চল এতিয়াও দেখা পোৱা যায়। কামৰূপৰ ৰাজ ৰত্ন পালৰ তামৰ ফলিত হাব্ৰং বুলি উল্লেখ কৰা হৈছে।[4] ১৪২৮ চনৰ চুতীয়া ফলিত শ্ৰী বৃহৎ পাত্ৰক "হাবুঙাধিপতি"(হাবুঙৰ অধিকাৰী) বুলি উল্লেখ কৰা হৈছে।[5]
কিছুমানে কব খোজে যে হাবুং টাই-আহোম ভাষাৰ শব্দ হয় যাৰ অৰ্থ "পঞ্চমখন বোকাময় ঠাই"। কিন্তু এয়া সত্য নহয় কাৰণ টাই-আহোম ভাষাত "বুঙ"ৰ সলনি "বৃ" শব্দয়েহে বোকাময় ঠাই বু্জাই। [6] ইয়াৰ উপৰিও বুৰঞ্জীত প্ৰথমৰ পৰা চতুৰ্থখন বোকাময় ঠাই বিষয়ে জনা নাযায় আৰু হাবুঙলৈ যোৱা আগত চুকাফাই তিনিখন ঠাইতহে(নামৰুপ, তিপাম, অভয়পুৰ) খেতি কৰিছিল।[7]
হাবুঙৰ ইতিহাস
১০ শতিকাৰ ৰত্নপালৰ তামৰ ফলিয়ে স্পষ্ট কৰে যে হাবুং প্ৰাচীন কালৰ পৰাই এক গুৰুত্বপূৰ্ণ অঞ্চল আছিল।[8][9] ১২০০ শতিকাত কামৰূপ বিভক্ত হোৱাৰ ফলত হাবুঙ চুতীয়া ৰাজ্যৰ অধীনলৈ আহে। ৰত্নধ্বজপালে দদায়েক স্বেতগিৰিৰ ৰজা ভদ্ৰশেনৰ পৰা ধেমাজি অঞ্চল দখল কৰি হাবুঙৰ দক্ষিণৰ ৰতনপুৰত ৰাজধানী স্থাপন কৰে। [10] একে সময়চোৱাতে পাটকাই পৰ্বতৰ পুৰ্বৰ পৰা অহা চুকাফাই অভয়পুৰত(শিৱসাগৰৰ অঞ্চল) বানপানী হোৱাৰ ফলত হাবুঙৰ এটা অঞ্চলত থাকিবলৈ লয়। কিন্তু পুনৰ বানপানী হোৱাৰ ফলত শিৱসাগৰৰ লিগিৰী গাঁৱলৈ(চনটক) উভতি যায় য'ত বৰাহী চুতীয়া সকলক লগ পায়। উল্লেখযোগ্য যে অভয়াপুৰ আৰু হাবুঙত বানপানী হোৱাৰ ফলত চুকাফাই এই দুই অঞ্চলত তিপাম(কানগং নামৰ এজন), নামৰূপ(খুণতাং নামৰ এজন) বা লিগিৰী গাঁৱ(তাখোনলাক নামৰ এজন) লেখীয়াকৈ কোনো লোক ৰাখি যোৱা নাছিল।[11]ইয়াৰ পাছত হাবুঙৰ উল্লেখ ১৪ শতিকাত পোৱা যায়। ইব্ন বট্টোতাই ১৪ শতিকাৰ আগ ভাগত কামৰূপ ভ্ৰমণ কৰোঁতে হাবুঙলৈ(হাবাঙ) আহিছিল। এই কথা তেওঁ নিজৰ লেখনীত উল্লেখ কৰিছে।[12] তেওঁৰ মতে হাবুং তেতিয়াৰ দিনত এক সমৃদ্ধিশালী অঞ্চল আছিল। মৃত্যু দণ্ডৰ পৰা প্ৰাণ ৰক্ষা কৰিবলৈ আহোম ৰজা থিয়াও খামতিৰ ৰাণীয়ে দিহিং(পূৰ্বতে দিহিং বোকাখাটৰ মহোৰামুখত পৰিছিল) পাৰ হৈ আহি চুতীয়া ৰাজ্যৰ হাবুঙত আশ্ৰয় লৈছিল। নাওবৈচা ফুকনৰ বুৰঞ্জীৰ মতে হাবুঙত ব্ৰাহ্মণ এজনে তেখেতক প্ৰশ্ন কৰোঁতে তেখেতে নিজকে অসম(আহোম) ৰাজ্যৰ ৰাণী বুলি চিনাকি দিছিল। ইয়াৰ পাচত হাবুঙৰ উল্লেখ ১৪২৮ চনত চুতীয়া ৰজা ধৰ্ম নাৰায়ণৰ সদিয়াত উদ্ধাৰ হোৱা তামৰ ফলিত পোৱা যায়। এই ফলিৰ মতে চুতীয়া সেনাপতি শ্ৰী বৃহৎ পাত্ৰ হাবুঙৰ অধিকাৰী (হাবুঙাধিপতি) আছিল আৰু স্বদয়াধিপতি শ্ৰী শ্ৰী ধৰ্মনায়াৰণৰ আদেশত তেওঁ পুৰন্দৰ বিপ্ৰ নামৰ এজন ব্ৰাহ্মণক ৪০০ পুটি মাটি দান কৰিছিল।
ফলিৰ অংশ:
"পুৰন্দৰায় ৱিপ্ৰায় ভুপুটীনাং চতুঃশতম্।
নৃপাদেশাৎ সমাগত্য দাদদী-শাসনং দদৌ॥ হাবুঙ্গাধিপতিঃ সোহপি ষষ্ঠিসংখ্যান্ দ্বিজানপি॥"
ইয়াৰ বাহিৰেও প্ৰায় ৬খন চুতীয়া ৰজাৰ তামৰ ফলি (১৩৯২-১৫২২ মাজৰ) হাবুং অঞ্চলত পোৱা গৈছে।
চুতীয়া সকলৰ মাজত আজিও হাবুঙৰ উল্লেখ থকা নিচুকনি গীত শুনিবলৈ পোৱা যায়। উদাহৰণ:
"হালিকি এই বাপেৰ ক'লৈ গ'ল,
হাবুঙীয়া বুঢ়াৰ লগত কাঁহ কোবাই গ'ল।
উৰিব নোৱাৰিহে সাগৰতে পৰে;"
....
হাবুঙীয়া বাঢ়ৈয়ে চ'ৰানাও সাজে
কুৰুলাৰ কেৰুহেন উৰো উৰো কৰে,
১৫১২ চনত আহোম ৰজা চুহুংমুঙে হাবুঙৰ চুতীয়া সেনাপতি ঘিলা বৰাক সত্যা কৰি হাবুঙ অঞ্চল দখল কৰে যাৰ ফলত চুতীয়া-আহোম ৰাজ্যৰ মাজত যুদ্ধ আৰম্ভ হয়। সেই অঞ্চলৰ নাম ঘিলাৰ স্মৃতিত "ঘিলামৰা" ৰখা হয়। ১৫২০ চনত চুতীয়া ধীৰনাৰায়ণে পুনৰ বাৰ হাবুঙ অঞ্চল ঘূৰাই লয় আৰু ১৫২২ চনত হাবুঙৰ ব্ৰাহ্মণক মাটি দান কৰে। ফলিৰ মতে ১৫২২ চনত শদিয়াৰ অধিপতি বিষ্ণু বংশৰ শ্ৰী ধীৰনাৰায়ণে প্ৰচণ্ড দুৰ্দণ্ড বাহুৰে সকলোকে পৰাজিত কৰি ৰাজ্যশ্ৰী লাভ কৰিছিল। ইয়াৰ পাছতে চুতীয়া ৰাজ্য নীতিপালৰ হাতলৈ যায়। নীতিপালৰ দুৰ্বল শাসনৰ সুযোগ লৈ চুহুংমুঙে পুনৰ চুতীয়া ৰাজ্য আক্ৰমণ কৰে। ডিব্ৰুমুখৰ যুদ্ধত চুতীয়াৰ নেতৃত্ব কাচিতৰাৰ লগতে বৰপাত্ৰ(হাবুঙাধিপতি) উল্লখ আছে। ১৫২৪ চনত আহোম সকলে হাবুুুুঙকে ধৰি সম্পূৰ্ণ চুতীয়া ৰাজ্য দখল কৰি লৈছিল।[13] ১৫২৫ চনত চুহুংমুঙ ৰজাই হাবুঙ ৰাজত্ব কৰিবলৈ ভটিয়লীয়া গোহাঁই(থাওমোঙ মোঙ-তিউ) পদ সৃষ্টি কৰিছিল আৰু ক্লাঙচেঙ বোলা এজনক বঢ়াইছিল।[14] পাছলৈ চুতীয়াৰ শ্ৰী বৃহৎ পাত্ৰক অনুকৰণ কৰি বৰপাত্ৰগোহাঁই নাম দিয়া হৈছিল। [15] </ref>ইয়াৰ পাছত চুক্লেংমুঙ ৰজাৰ দিনত হাবুঙৰ উল্লেখ পোৱা যায়। বুৰঞ্জীৰ অনুসৰি সেই ৰজাৰ দিনত চুতীয়াৰ বৰপাত্ৰ জনৰ সমৰ্থন পাই হাবুঙৰ ব্ৰাহ্মণ মুখিয়াল এজনে বিদ্ৰোহ কৰে। ফলত যুদ্ধ এখন হয় য'ত বৰপাত্ৰ জনৰ মৃত্যু হয় আৰু ব্ৰাহ্মণ জন বেহাৰলৈ পলাই যায়। এই বৰপাত্ৰ হয়টো পুৰণি চুতীয়া বৰপাত্ৰ ৰাজপৰিয়ালৰ লোক আছিল আৰু ক্লাঙচেঙক বৰপাত্ৰগোঁহাই পতা হোৱাৰ কাৰণে পূৰ্বৰ ভটিয়লীয়া গোহাঁইৰ ঠাইত হাবুঙত ৰখা হৈছিল।[16]
তথ্যসূত্ৰ
- ↑ As per the Linguistic Survey of India(Volume 3-2, p. 7), Ha means Land and Bung means Fill in standard Bodo language.
- ↑ PRT Gurdon, The Morans, p.43 In Moran language Habung meant Men/Settlement
- ↑ S.Endle, The Kacharis, p. 88, Habung-iya, perhaps from Ha earth, Bung for Su-bung men; hence ha-bung-iya, autochthones
- ↑ " Habung was an ancient Brahmin settlement (Havrnga-Vishaya) situated near the mouth of the Dihing river." (Guha 1983:11) "According to tradition, Habung was a petty medieval principality governed by its Brahmin settlers themselves. It now appears from a recently found copper plate inscription that it was the same as the Ha-Vrnga Visaya where a Brahmin was given land by King Ratnapala. (c 10th century) (Guha 1983:33)
- ↑ Neog, Maheswar,Light on a ruling dynasty of Arunachal Pradesh,p.819
- ↑ Borua,G.C.Ahom-Assamese-English Dictionary,p.153
- ↑ Barua, G.C.Ahom Buranji,p.46.
- ↑ " Habung was an ancient Brahmin settlement (Havrnga-Vishaya) situated near the mouth of the Dihing river." (Guha 1983:11) "According to tradition, Habung was a petty medieval principality governed by its Brahmin settlers themselves. It now appears from a recently found copper plate inscription that it was the same as the Ha-Vrnga Visaya where a Brahmin was given land by King Ratnapala. (c 10th century) (Guha 1983:33)
- ↑ The mention of Dibbaisa river forming southern boundary and Saica the south-western boundary led P.C. Choudhury to identify the Havranga visaya with Habung country lying to east of the river Suvansiri during the 10th-11th century A.D. Habung, comprising present Dhakuakhana region was for centuries a centre of Aryan culture
- ↑ Habung was a Chutiya dependency; that still earlier it was an autonomous principality of Brahmins; and that the latter's origins could be traced back to a circa 10th-century copper-plate and grant issued by king Ratnapala (Guha 1984:73)
- ↑ Barua, G.C.Ahom Buranji,p.46.
- ↑ Ibn Battuta,Travels in Asia and Africa:1325-1354,p.271.
- ↑ Guha, Amalendu, The Ahom Political System: An Enquiry into the State Formation Process in Medieval Assam (1228-1714),p. 19, He first annexed Habung in 1512 and later also the rest of the Hinduised Chutia kingdom
- ↑ Barua, Gopal Chandra, Ahom Buranji, p. 59
- ↑ Guha, Amalendu, The Ahom Political System: An Enquiry into the State Formation Process in Medieval Assam (1228-1714),p. 20,It appears that the noble designation of Barpatragohain was borrowed from the civil list of Habung where the local ruler, a dependent of the Chutia king, had the title of Vrihatpatra.
- ↑ সুকুমাৰ মহন্তৰ ঘৰত হোৱা অসম বুৰঞ্জী, ২৫ পৃষ্ঠাত আছে-"সেই সময়ত ৰজা দাই ধৰিলে, বোলে-'চুটিয়া মাৰি ভূঞা বিলাকক মাৰি-কাটি বুপা ৰজায়ে ময়েহে ৰাজ্য লৈছো। বামুনে যে ৰজা হয় চুটিয়াৰ বৰপাত্ৰকনো কিহলৈ থৈছোঁ? এহি বুলি বৰপাত্ৰক মাৰিলে, বামুণকোমাৰিব চালে, সপুত্ৰবান্ধৱে বেহাৰলৈ পলাই গেʼল।"